মোৰ জীৱনৰ সোঁৱে বাওঁৱে
সেউজীয়া তোমাৰ ভাৱনা
আৰু ভাঁহি আছে তাত
তোমাৰ নামৰ সপোনবোৰ !
সপোনৰ পিছ খেদি ফুৰাতো জানাই মোৰ পুৰণি অভ্যাস !
কোনোবাই কৈছিল--- সপোন সেয়া নহয় যি টোপনিত দেখা যায় , সপোন হ'ল সেয়া যিয়ে তোমাক শুৱলৈ নিদিয়ে ।।
আৰু তাতে তুমি হ'লা
মোক শুৱ নিদিয়া উটপটীয়া সপোনতো!!
তোমাক হেৰাই যাব দিওঁ কেনেকৈ ?
সেয়ে মৌনতাবোৰ দলিয়াই পঠোৱা
ভুলবোৰ পুহি নাৰাখিবা
তুমিতো জানাই
মৰণে নুচুৱা লৈ মই তোমাৰ !!!!

Comments
Post a Comment